AGAINST SATANISM

 

SIGN UP FOR AGAINST SATANISM

THE ONLY SOLUTION TO SATANISM - THE ENERGY ENHANCEMENT VIDEO MEDITATION COURSE! https://energyenhancement.org/

Energy Enhancement Level 0 - Prana Health Parallel Level for Support of the Four Meditation Levels - Super Chi Prana, Power, Strength, Immortality http://www.energyenhancement.org/LEVEL-Energy-Enhancement-Super-Chi-Immortality-Prana-Meditation-Course.htm EE LEVEL 1 POWER UP!! GROUND NEGATIVE ENERGIES, GAIN INFINITE SPIRITUAL ENERGY! INVINCIBLE SPIRITUAL PROTECTION https://www.energyenhancement.org/Level1.htm EE LEVEL 2 ELIMINATE ENERGY BLOCKAGES https://www.energyenhancement.org/Level2.htm EE LEVEL 3 CLEAN PAST LIFE KARMA BY TRANSMUTATION https://www.energyenhancement.org/Level3.htm EE LEVEL 4 MASTER ENERGY CONNECTIONS AND RELATIONSHIPS https://www.energyenhancement.org/Level4.htm EE LEVEL 5 MASTER ESOTERIC KNOWLEDGE https://www.energyenhancement.org/Level5.htm STUDENT REPORTS https://www.energyenhancement.org/Page17.htm
ENERGY ENHANCEMENT MEDITATION RETREATS AT IGUAZU FALLS
https://eemeditationvideo.org/watch/energy-enhancement-meditation-course-at-brazil-039-s-foz-do-iguacu-falls_FII53z1YVgyszQc.html

53 AGAINST SATANISM EBOOKS

NAME

EMAIL

 

ARTICLES https://againstsatanism.com/Satchidanand-Substack/satchidanand.substack.com/index.html Against Satanism Home Page Archive 18th March 2024 https://againstsatanism.com/index-18thMarch2024.html Against Satanism Home Page Archive 7th October 2023 https://againstsatanism.com/index-7TH-OCTOBER-2023.html Against Satanism Home Page Archive 29 December 2022 https://againstsatanism.com/index29December2022.html https://againstsatanism.com/Against-Satanism-Articles.htm https://againstsatanism.com/Against-Satanism-Articles-2.htm  https://againstsatanism.com/Against-Satanism-Articles-3.htm FULL LIST https://againstsatanism.com/Against-Satanism-Articles-4.htm

Commons:আদৰণি

This page is a translated version of a page Commons:Welcome and the translation is 75% complete. Changes to the translation template, respectively the source language can be submitted through Commons:Welcome and have to be approved by a translation administrator.
Outdated translations are marked like this.

ৱিকিমিডিয়া কমন্স কি?

ৱিকিমিডিয়া কমন্স এটি মনোৰঞ্জনৰ তথ্য ভাণ্ডাৰ। যি জনসাধাৰণৰ বাবে উন্মুক্ত ডোমেইন আৰু বিনোদনমূলক উপাদান যেনে, চিত্র/ছবি, শব্দ আৰু চলচ্চিত্র ইত্যাদি হাতৰ কাষতে পোৱাত সহায় কৰিছে। এইটো ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বিভিন্ন প্রকল্পৰ এটি সাধাৰণ মাধ্যম, আৰু ইয়াৰ ব্যৱহাৰৰ বাবে আপুনি কোনো প্রকল্পৰ অন্তর্ভুক্তও হ’ব নালাগে। ইয়াৰ যাত্রা আৰু পৰিচালনা বানিজ্যিকভাৱে কোনো নিয়োজিত শিল্পীৰ মাধ্যমৰে হোৱা নাই বৰঞ্চ ই এটা স্বেচ্ছাসেৱকসকলৰ অৱদান। ৱিকিমিডিয়া কমন্সৰ পৰিসীমা অন্য প্রকল্পৰ সীমা বহির্ভুত কৰি ৰখা হৈছে। ৱিকিমিডিয়া কমন্সে সেই একেই ৱিকি-প্রযুক্তি ব্যৱহাৰ কৰিছে যি ৱিকিপিডিয়াত ব্যৱহৃত হয় আৰু যিকোনো লোকেই এইয়া সম্পাদনা বা সংযোজন কৰিব পাৰে। অন্যান্য প্রকল্পত সংৰক্ষিত ফাইলবোৰতকৈ ই্য়াৰ বিশেষত্ব হ’ল ইয়াত পূনঃব্যৱহাৰৰ লক্ষ্য পূৰ্ণ ফাইলবোৰ প্ৰত্যক্ষ ভাৱে অন্য প্রকল্পত ব্যবহাৰ কৰিব পৰা যায়।

Wikimedia Commons uses the same wiki-technology as ৱিকিপিডিয়া and everyone can edit it. Unlike media files uploaded to other projects, files uploaded to Wikimedia Commons can be embedded on pages of all Wikimedia projects without the need to separately upload them there.

২০০৪ চনৰ ৭ চেপ্তেম্বৰত যাত্রা আৰম্ভ কৰি, ৩০ নবেম্বৰ ২০০৬ চনৰ ভিতৰত এটি ১,০০০,০০০ বিনোদনমূলক ফাইল সংৰক্ষণৰ উদাহৰণ স্থাপন কৰে আৰু বর্তমান এই ফাইলৰ সংখ্যা ১০,৫৫,২০,৫৮০টা আৰু প্ৰবন্ধৰ সংখ্যা $2টাৰ, যি এক উল্লেখযোগ্য সংগ্রহ। এইবোৰ সংগ্রহ আৰু নেপথ্যৰ বিষয়ে অধিক মানসম্মত বিষয় জানিবলৈ চাওক: ৱিকিমিডিয়া কমন্স সংশ্লিষ্ট ৱিকিপিডিয়া পৃষ্ঠা আৰু মেটা-ৱিকিত সংৰক্ষিত পৃষ্ঠাসমূহ

অন্য তথ্যভাণ্ডাৰৰ লগত ইয়াৰ ব্যতিক্রমধর্মী পার্থক্য হ'ল, মানসম্মত বিষয়সমূহৰ ব্যৱহাৰ, বিতৰণ বা সংগ্ৰহ সম্পূৰ্ণ মূক্ত। ই নেপথ্য কুশীলব সকলৰ অৱদানৰ স্বীকৃতি প্রদান কৰে: ইয়াৰ সকলো বিষয় সম্পাদনা বা সংযোজন, বিয়োজন আৰু পৰিবৰ্দ্ধনৰ অধিকাৰ সকলোৰে আছে। ইয়াৰ অন্তৰ্গত সমূহ সংগ্রহ উন্মুক্ত অবানিজ্যিক অনুমোদনৰ দ্বাৰা পৰিচালিত। এইবোৰৰৱিকিমিডিয়া বহির্ভুত মাধ্যমত ব্যৱহাৰ আৰু পূনঃব্যৱহাৰ সম্পর্কে ফাইলৰ সংশ্লিষ্ট পৃষ্ঠাত বিতং বর্ণনা দিয়া আছে।

অংশগ্ৰহন

আপোনাৰ সামৰ্থ অনুসৰি আপুনিও ইয়াৰ অংশীদাৰ হ'ব পাৰে:

আপোনাৰ সৃষ্টিশীলতা প্রকাশ কৰক

আপুনি যদি এজন আলোকচিত্ৰশিল্পী নিসংকোচে আপোনাৰ মূল্যবান চিত্ৰ/চিত্ৰশিল্প দান কৰক। আপুনি যদি এজন ভাল চিত্ৰশিল্পী তেন্তে ছবি আৰু এনিমেছনৰ বাবে আপোনাৰ সহযোগিতাৰ একান্ত প্রয়োজন। আপুনি যদি সংগীতশিল্পী বা মঞ্চশিল্পী তেন্তে আপোনাৰ সৃষ্টিশীলতাৰ উন্মুক্ত নিদর্শন ইয়াত থ’ব পাৰে।

আপোনাৰ প্ৰতিভাৰ বিকাশ ঘটাওক

মাত্ৰ ফাইল সংগ্রহ আৰু ছপাৰ বাহিৰেও আৰু বহু গুৰুত্বপূৰ্ণ কাম আছে য'ত আপুনি আপোনাৰ প্ৰতিভাৰ স্বাক্ষৰ দেখুৱাব পাৰে:

আমাক সময় দিয়ক

এজন ভাল লিখক বা শিল্পী হ'বই লাগিব বুলি কোনো বাধ্যবাধকতা নাই। একঘেয়ামী জীৱনৰ বাহিৰত সৃষ্টিশীল কাম-কাজত আপোনাৰ প্ৰতিভাৰে সহায় কৰক।

Tour

প্ৰৱেশ

ছবি/ফাইল উত্তোলনৰ বাবে আপুনি ৱিকিমিডিয়া কমন্সত প্ৰৱেশ কৰিব লাগিব অৰ্থাৎ লগ-ইন কৰিব লাগিব। লগ-ইন কৰিবলৈ ক্লিক কৰক "লগ-ইন/ব্যবহাৰকাৰী একাউণ্ট খোলা" লিংকত যি পৃষ্ঠা আছে তাৰ ওপৰলৈ দেখা যাব। সকলো সম্পাদনৰ বাবে প্ৰৱেশ কৰাটো আৱশ্যক নহয় যদিও আমি প্ৰৱেশ কৰাটো বিছাৰো যাতে আপোনাৰ অৱদান চিনাক্ত কৰা যায়। আপুনি যদি সমন্বিত প্ৰৱেশ সুবিধা ভোগ কৰি আছে তেন্তে যিকোনো এটি প্ৰকল্পৰ প্ৰৱেশ অধিকাৰে ৱিকিমিডিয়া কমন্সত অন্তৰ্ভুক্ত কৰিব।

প্রথম শিক্ষামূলক নির্দেশনা

আমাৰ সাহায্যকাৰী ফাইল প্রথম পদক্ষেপ আৰু সততে উদিত প্রশ্নসমূহে আপোনাক প্ৰৱেশৰ পৰা আৰম্ভ কৰি পছন্দ অনুযায়ী পৃষ্ঠা সজোৱা, ফাইল উত্তোলন আৰু মৌলিক অনুজ্ঞাপত্ৰ নীতি সম্পর্কে অৱগত কৰিব। ইয়াত বৰঙণি যোগাবলৈ কোনো কুশলী হোৱাৰ প্রয়োজন নাই দৃঢ় প্রতিজ্ঞ হৈ বৰঙণি আগবঢ়াওক আৰু অন্যসকলৰ আস্থা অর্জনৰ চেষ্টা কৰক। এইটো এটা ৱিকি - ই সঁচাকৈ সহজ।

বিস্তাৰিত তথ্যৰ বাবে সমাজৰ বাটচ'ৰা চাওক। কোনো প্রশ্ন থাকিলে ভিলেজ পাম্প বা আইআৰচি চেনেল #wikimedia-commons webchat ব্যবহাৰ কৰক। ৱিকিমিডিয়া কমন্সত ফাইলসমূহ শ্রেণীবদ্ধভাবে আৰু গেলেৰীত সজাই থোৱা থাকে। মূল পৃষ্ঠাত এই সম্পৰ্কে ধাৰণা পাব।

Files on Wikimedia Commons are organized in categories and galleries. An overview of the categories we use is available on the Main Page.

Put Babel boxes on your user page so others know what languages you can speak and indicate your graphic abilities. All your uploads are stored in your personal gallery. Please sign your name on Talk pages by typing ~~~~. If you're copying files from another project, be sure to use the FileImporter.

সহযোগী সেৱা আৰু চফ্টৱেৰ

আপুনি যদি বিচাৰে বহুটো ছবি একেলগে উত্তোলন কৰিবলৈ তেন্তে আমাৰ কমনিষ্ট প্রোগ্রামৰ সহায় গ্রহণ কৰিব পাৰে। বিশেষ কোনো তথ্যৰ বাবে চাওক ছফ্টৱেৰ সংশ্লিষ্ট পৃষ্ঠা.

আমি আশা কৰো ৱিকিমিডিয়া কমন্স আপোনাৰ বাবে মনোৰঞ্জক আৰু চিত্তাকর্ষক হ'ব।

ৱিকিকমন্স ৰ বাদেও ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক আৰু উন্মুক্ত প্ৰকল্প আছে।

Meta-Wiki মেটা-ৱিকি
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা
Wikipedia ৱিকিপিডিয়া
মুক্ত বিশ্বকোষ
Wiktionary ৱিকি-অভিধান
অভিধান আৰু সমাৰ্থক শব্দকোষ
Wikibooks ৱিকিগ্ৰন্থ
মুক্ত পাঠ্যপুথি আৰু হাতপুথি
Wikisource ৱিকিউৎস
মুক্ত উৎসৰ পুথিভৰাল
Wikiquote ৱিকিউক্তি
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয়
Wikispecies ৱিকিপ্ৰজাতি
জীৱপ্ৰজাতি নিৰ্দেশিকা
Wikinews ৱিকিসংবাদ
মুক্ত উৎসৰ বাতৰি
Wikiversity ৱিকিবিশ্ববিদ্যালয়
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম